নাইজেৰিয়াত পাইপলাইন বিস্ফোৰণত মৃত্যু 50 জন - 50-dead
নাইজেৰিয়াৰ নেম্বী চহৰত পুৱতি নিশা সংঘটিত হোৱা এক খাৰুৱা তেল পৰিবাহী পাইপলাইন বিস্ফোৰিত হৈ প্ৰায় 50 জন লোক মৃত্যুমুখত পৰে ।

নাইজেৰিয়াত পাইপলাইন বিস্ফোৰণত মৃত্যু 50 জন
নিউজ ডেস্ক, ৩ মাৰ্চ, আবুজা(নাইজেৰীয়া): শেহতীয়াকৈ নাইজেৰীয়াত দেশজোৰী তৈলক্ষেত্ৰ সমূহৰ কৰ্মচাৰী সকলে এনে ধৰণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্মগট কৰি থকা পৰিলক্ষিত হৈছে । বহুজাতিক খাৰুৱা তেল প্ৰস্তোতকাৰী সংস্থা সমূহত এনে ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে । প্ৰশাসনৰ ফালৰ পৰা এনে কৰুণ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত হোৱা পৰিলশক্ষিত হোৱা নাই।