মুম্বাই, ৬ জুন : লক্ ডাউন আৰম্ভ হোৱাৰে পৰা ছলমান খানে পানভেল ফার্মহাউচত সময় কটাইছে । শুকুৰবাৰে বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে অভিনেতাগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ভিডিঅ' ।
বিশ্ব পৰিবেশ দিৱসৰ ভিডিঅ' শ্বেয়াৰ ছলমান খানৰ - বিশ্ব পৰিবেশ দিৱস
প্রেমিকা লুলিয়া ভান্টুৰ লগত পানভেল ফাৰ্মহাউচ পৰিষ্কাৰ কৰি ছ'চিয়েল মিডিয়াত ভিডিঅ' শ্বেয়াৰ ছলমান খানৰ ।
![বিশ্ব পৰিবেশ দিৱসৰ ভিডিঅ' শ্বেয়াৰ ছলমান খানৰ Salman Khan cleans up his Panvel farmhouse to mark Environment Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:10-7500677-11-7500677-1591430543915.jpg)
Salman Khan cleans up his Panvel farmhouse to mark Environment Day
ভিডিঅ'টোত ছলমান খানে প্রেমিকা লুলিয়া ভান্টুৰ লগত পানভেল ফাৰ্মহাউচৰ বাহিৰত পৰি থকা শুকান পাত, ফাৰ্মহাউচৰ ভিতৰলৈ যোৱা পথ, জাৱৰ আদি পৰিষ্কাৰ কৰাত চাফাই কৰ্মীক সহায় কৰা দেখা গৈছে । ছলমান খানে ভিডিঅ'টোৰ কেপছন দিয়ে #SwachhBharat #WorldEnvironmentDay," । একাংশৰ মতে ঘূৰ্ণীবতাহ নিসৰ্গৰ কৱলত পৰিছিল ছলমানৰ ফাৰ্মহাউচটো ।