অসম

assam

ETV Bharat / headlines

ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ত্যাগ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ - এজিচ আশোৰৰ সৈতে মোতায়েন বন্ধ

স্থলভিত্তিক আমেৰিকান ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা এজিচ আশোৰৰ সৈতে সম্পৰ্ক ভংগৰ নিৰ্ণয় হাতত লৈছে জাপান চৰকাৰে । প্ৰতিৰক্ষা প্ৰণালীৰ উদ্দেশ্য হৈছে,উত্তৰ কোৰিয়াৰ পৰা বৃদ্ধি পোৱা শংকাৰ বিৰুদ্ধে দেশৰ ক্ষমতা কম কৰা ।

ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ত্যাগ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ
ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ত্যাগ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

By

Published : Jun 25, 2020, 1:51 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ জুন :জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী তাৰো কোনোৱে বৃহস্পতিবাৰে ঘোষণা কৰি কয় যে,স্থলভিত্তিক আমেৰিকান ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা এজিচ আশোৰৰ সৈতে সম্পৰ্ক ভংগৰ নিৰ্ণয় হাতত লৈছে জাপান চৰকাৰে । প্ৰতিৰক্ষা প্ৰণালীৰ উদ্দেশ্য হৈছে,উত্তৰ কোৰিয়াৰ পৰা বৃদ্ধি পোৱা শংকাৰ বিৰুদ্ধে দেশৰ ক্ষমতা কম কৰা ।

ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ত্যাগ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

বিগত সপ্তাহত কোনোৱে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছিল যে, ‘’তেওঁ এক আৱিস্কাৰৰ পিছত তেওঁ এজিচ আশোৰৰ সৈতে মোতায়েন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কাৰণ, নিয়োজিত দুই সম্প্ৰদায়ৰ ভিতৰত এটাৰ সুৰক্ষাক পুনঃনিদৰ্শন অবিহনে সুনিশ্চিত কৰিব পৰা নাযাব । কিয়নো ই অধিক দামী হ'ব আৰু বহু সময় ল'ব ।''

ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ত্যাগ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

লগতে তেওঁ কয় যে, ‘’ক্ষেপণাস্ত্ৰ ব্যৱস্থা সন্দৰ্ভত জাপান আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত ৰাখিব বিচাৰো ।''

লগতে পঢ়ক : কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান

ABOUT THE AUTHOR

...view details