গুৱাহাটী, 4 মাৰ্চঃ আগন্তুক ৬ মাৰ্চত বিধানসভাত উত্থাপন হ'ব বিজেপি চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট । 2020-21 বৰ্ষৰ বাজেটকলৈ কি কি আশ-প্ৰত্যাশা আছে অসমবাসীৰ ৷ নিবনুৱা যুৱক-যুৱবতী সকলৰ সংস্থাপনৰ বাবে কেনেধৰণৰ সুযোগ-সুবিধা আৱশ্যক সেয়া সন্দৰ্ভত নেডফিৰ এ এণ্ড চি বিভাগৰৰ মুৰব্বী মনোজ দাসৰ সৈতে Etv Bharat ৰ আছুতীয়া সাক্ষাৎকাৰ ৷
বাজেটে মুকলি কৰিবনে নতুন সংস্থাপনৰ পথ!
2020-21 বৰ্ষৰ বাজেটকলৈ কি কি আশ-প্ৰত্যাশা আছে অসমবাসীৰ ৷ নিবনুৱা যুৱক-যুৱবতী সংস্থাপনৰ বাবে কেনেধৰণৰ সুযোগ-সুবিধা আৱশ্যক সেয়া সন্দৰ্ভত নেডফিৰ এ এণ্ড চি বিভাগৰ মূৰব্বী মনোজ দাসৰ সৈতে Etv Bharat সাক্ষাৎকাৰ ৷
বাজেটে দিব নে অসমৰ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ সুবিধা!