অসম

assam

By

Published : Apr 22, 2022, 6:30 PM IST

ETV Bharat / entertainment

Ranbir Rashmika film together: এনিমেলৰ বাবে মানালী পালেগৈ ৰণবীৰ-ৰশ্মিকা

ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দানাই মানালীত তেওঁলোকৰ নতুন ছবি এনিমেলৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে (Ranbir Rashmika film together) । সন্দীপ ৰেড্ডী ভাংগাৰ দ্বাৰা পৰিচালিত এনিমেল এখন গেংষ্টাৰ ড্ৰামা ।

Animal shoot
মানালী পালেগৈ ৰণবীৰ ৰশ্মিকা

চিটাৰা ডেস্ক, 22 এপ্ৰিল : হিমাচল প্ৰদেশৰ মানালীৰ বৰফাবৃত পৰ্বতমালাৰ মাজত ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দনা অভিনীত এনিমেল ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে (Ranbir Rashmika film together)। শুকুৰবাৰে, বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে ছবিখনৰ বিষয়ে এটা আপডেট শ্বেয়াৰ কৰে । তেওঁ এখন ছবি আপলোড কৰিছিল য'ত ছবিখনৰ এজন সদস্যক ক্লেপাৰবোৰ্ড ধৰি থকা দেখা গৈছিল ।

মানালী পালেগৈ ৰণবীৰ ৰশ্মিকা

তৰণে টুইটাৰত লিখে, "ৰণবীৰ কাপুৰ-সন্দীপ ৰেড্ডী ভাংগা: 'এনিমেল'ৰ শ্বুটিং আজিৰ পৰা আৰম্ভ হৈছে... #ৰণবীৰ কাপুৰ আৰু পৰিচালক #সন্দীপ ৰেড্ডী ভাঙ্গাৰ [#ArjunReddy, #KabirSingh] প্ৰথম কলাবৰেচন #এনিমেলৰ আজি #মনালী ত শ্বুটিং আৰম্ভ হৈছে" (Rashmika Mandana bollywood movie name) ৷

মানালী

এনিমেল হৈছে এখন গেংষ্টাৰ ড্ৰামা ৷ সন্দীপ ৰেড্ডী ভাংগাৰ দ্বাৰা অভিনয় কৰা এনিমেলত অনিল কাপুৰ আৰু ববি দেওলেও অভিনয় কৰিছে (Animal movie cast) । এইখন এটা অপৰাধমূলক নাটক ৷ আগন্তুক বৰ্ষৰ ১১ আগষ্টত মুক্তি পাব ছবিখনে (Animal movie release date)।

লগতে পঢ়ক:আলিয়াৰ বান্ধৱীক ৰণবীৰে উপহাৰত দিলে 12 লাখ টকা

ABOUT THE AUTHOR

...view details