যোৰহাট, 6 ডিচেম্বৰ : যুগ্ম জীৱনৰ আৰম্ভণি কৰাৰ দিশে আগবাঢ়িছে বৰ্তমান প্ৰজন্মৰ জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰই ৷
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ দেৰগাঁৱৰ মিনাক্ষীৰ সৈতে কৰিলে বাগদান ৷ যোৰহাটৰ লিচুবাৰীস্থিত এক বিবাহ ভৱনত ৰাজকীয়ভাৱে সম্পন্ন হৈ যায় এই অনুষ্ঠান ৷
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত উপস্থিত থাকে পৰিয়াল বৰ্গকে ধৰি তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বৰ্গ ৷
আচুৰ্য বৰপাত্ৰৰ জনপ্ৰিয় গান ‘ৰামচন্দ্ৰ আহিছে’ ৰে মুখৰিত হৈ ৰ’ল আঙুঠি পিন্ধোৱা অনুষ্ঠানটি ৷
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ সকলোৱে হেপাঁহ পলুৱাই নাচিলে জনপ্ৰিয় গীত বিদূৰভাইৰ তালে তালে ( Achurjya Borpatra engagement video) ৷ চাওক ভিডিঅ’-
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ বৰপাত্ৰৰ এই ইংনিছত শুভকামনা জনাবলৈ কণ্ঠশিল্পী নীল আকাশ, তেওঁৰ পত্নী নেনচি, শিল্পী দিক্ষু আৰু তেওঁৰ আন আন বন্ধুবৰ্গ উপস্থিত আছিল ৷
জীৱনৰ নতুন এটা অধ্যায়ৰ পাতনি মেলাৰ দিশে গায়ক আচুৰ্য বৰপাত্ৰ লগতে পঢ়ক :Mrs India 2022 Sargam Koushal : সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে সৰগম কৌশলে