কি কয় মণিমাধৱ মহন্তই? ইটিভি ভাৰতৰে বিশেষ সাক্ষাৎকাৰ - Loksabha Election 2019
মঙলবাৰে ইটিভি ভাৰতৰ সন্মুখত নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৷
সৰ্বানন্দ সোণোৱালৰ সৈতে মনি মাধৱ মহন্ত
কলিয়াবৰ, 21 মেঃভোটগণনালৈ মাজত মাথো এটা দিন ৷ এই সময়ত সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সমৰ্থকৰ মাজত বৃদ্ধি পাইছে ব্যস্ততা ৷ এনে সময়তে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৷ কি ক'লে প্ৰাৰ্থীগৰাকীয়ে তাৰ বাবে চাওক এই প্ৰতিবেদন ৷