কোকৰাঝাৰ, 23 এপ্ৰিলঃ 83নং বাতাবাৰী এম ই স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই ৷ নিজ পত্নী আৰু কন্যাৰ সৈতে একেলগে ভোটদান কৰে ব্ৰহ্মই ৷
বাতাবাৰী এম ই স্কুলত সপৰিয়ালে ভোট দিলে ইউ জি ব্ৰহ্মই - কোকৰাঝাৰ লোকসভা সমষ্টি
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ৷

বাতাবাৰী এম ই স্কুলত সপৰিয়ালে ভোট দিলে ইউ জি ব্ৰহ্মই
বাতাবাৰী এম ই স্কুলত সপৰিয়ালে ভোট দিলে ইউ জি ব্ৰহ্মই
ভোটদান সাব্যস্ত কৰি ৫ লাখতকৈ অধিক ভোট লাভ কৰাৰ বিপৰীতে ডেৰ-দুই লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে ব্ৰহ্মই ৷ ব্ৰহ্মৰ মতে দ্বিতীয় আৰু তৃতীয় স্থানত থাকিব পাৰে বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া ৷