অসম

assam

ETV Bharat / elections

দক্ষিণ কামৰূপত পুৱাৰভাগতে বিকল ই ভি এম মেচিন

দক্ষিণ কামৰূপৰ বঙৰা বেলোগুৰিৰ কেন্দ্ৰত ই ভি এম মেচিন বিকল হোৱাৰ ফলত স্থগিত হৈ আছে ভোটদান প্ৰক্ৰিয়া

By

Published : Apr 23, 2019, 8:45 AM IST

দক্ষিণ কামৰূপত পুৱাৰভাগতে বিকল ই ভি এম মেচিন


কামৰূপ,২৩ এপ্ৰিলঃ পুৱাই দক্ষিণ কামৰূপৰ বঙৰা বেলোগুৰিৰ কেন্দ্ৰত বিকল হ'ল ই ভি এম মেচিন । ন বেলোগুৰি মধ্যবিদ্যালয়ত থকা ৫নং কেন্দ্ৰত বিকল হয় এই ই ভি এম মেচিন । ই ভি এম বিকল হোৱাৰ বাবে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত হৈ আছে বৰ্তমানলৈকে । উল্লেখ্য যে কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা ৮৫৬জন ।

দক্ষিণ কামৰূপত পুৱাৰভাগতে বিকল ই ভি এম মেচিন

ABOUT THE AUTHOR

...view details