পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ - গুৱাহাটী
পৰিয়ালৰ সৈতে একেলগে মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান কৰি সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ
![পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3082649-thumbnail-3x2-vote.jpg)
মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
গুৱাহাটী,২৩ এপ্ৰিলঃ পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত পৰিয়ালৰ সহিতে ভোটদান কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । ভোটকেন্দ্ৰ সমূহত ৰাইজৰ ব্যাপক সঁহাৰি দেখি উৎফুল্লিত হৈ পৰে মন্ত্ৰীগৰাকী । লগতে তেওঁ গণতন্ত্ৰৰ বাবে এইয়া ভাল খবৰ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ