অসম

assam

By

Published : Apr 23, 2019, 1:06 PM IST

ETV Bharat / elections

বাক্সাৰ মৈৰাঝাৰত ঢলি পৰিল এজন প্ৰিজাইডিং বিষয়া

উচ্চ ৰক্তচাপজনিত কাৰণত এনেদৰে ঢলি পৰে দিলুৱাৰ হুছেইন নামৰ বিষয়াগৰাকী

বাক্সাৰ মৈৰাঝাৰত ঢলি পৰিল এজন প্ৰিজাইডিং বিষয়া

বাক্সা,২৩ এপ্ৰিলঃ বাক্সাৰ মৈৰাঝাৰত ভোটগ্ৰহণৰ মাজতে উচ্চ ৰক্তচাপ জনিত কাৰণত ঢলি পৰে এগৰাকী প্ৰিজাইডিং বিষয়া। জানিব পৰা মতে,দিলুৱাৰ হুছেইন নামৰ এই বিষয়াগৰাকী ৪২৩ নং মৈৰাঝাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ ।

বাক্সাৰ মৈৰাঝাৰত ঢলি পৰিল এজন প্ৰিজাইডিং বিষয়া

সম্প্ৰতি বিষয়াগৰাকী বৰপেটাৰোড গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাধীন। ইতিমধ্যে বিষয়াজন বিপদমুক্ত যদিও সম্প্ৰতি কৰ্তব্য পালন কৰিব পৰা অৱস্থাত নাই প্ৰিজাইডিং বিষয়া গৰাকী ।

ABOUT THE AUTHOR

...view details