বাক্সা, 23 এপ্ৰিলঃবাক্সা জিলাৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ চাপাগুৰি সমষ্টিৰ অন্তৰ্গত ডাওধাৰা এম ই স্কুলৰ 10 নং ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
ডাওধাৰাত ভোট দিলে চাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে - Third Phase Voting
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাপাগুৰি বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷
ডাওধাৰাত ভোট দিলে চাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে
ভোটাধিকাৰ সাব্যস্ত কৰি আহি সাংবাদিকৰ আগত মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷