অসম

assam

ETV Bharat / elections

কৰিমগঞ্জত পুনৰ ভোটগ্ৰহণ

বুধবাৰে কৰিমগঞ্জৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

By

Published : Apr 24, 2019, 2:21 PM IST

কৰিমগঞ্জত পুনৰ ভোটগ্ৰহণ

কৰিমগঞ্জ,২৪ এপ্ৰিলঃ বুধবাৰে পুনৰ ভোট গ্ৰহণ চলিছে কৰিমগঞ্জৰ চাৰিটা ভোটকেন্দ্ৰত। দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ ১০৫নং বাটইয়া এল পি স্কুল, ১৩৪ নং গন্ধৰ্বখানি এল পি স্কুল, ১৫২ নং আৰু ১৫৩ নং আতানগৰ এল পি স্কুলত কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

কৰিমগঞ্জত পুনৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details