গুৱাহাটী,২৩ এপ্ৰিলঃ মঙলবাৰে ৰাজ্যখনৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱাৰে পৰা । ভোট কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ লানি নিছিগা ভিৰ দেখা গ'ল।
নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডৰ ভোটদান
গুৱাহাটী,২৩ এপ্ৰিলঃ মঙলবাৰে ৰাজ্যখনৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱাৰে পৰা । ভোট কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ লানি নিছিগা ভিৰ দেখা গ'ল।
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পাণ্ডু ১৩৫নং ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে ।