অসম

assam

ETV Bharat / elections

অসমক কাশ্মীৰ কৰিব খুজিছে কংগ্ৰেছেঃ জয়ন্ত মল্ল বৰুৱা - মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা

মহানগৰীৰ হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল । কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰিলে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

By

Published : Apr 20, 2019, 2:32 PM IST

  • কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই
  • অসমক কাশ্মীৰ কৰিব খুজিছে কংগ্ৰেছে
  • কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট Law on Asylum ৰ প্ৰসংগক তীব্ৰ ভাষাৰে সমালোচনা
  • সকলো দেশে বিৰোধিতা কৰাৰ দৰে ভাৰতবৰ্ষতো এই আইনৰ প্ৰয়োজনীয়তা নাই
  • Law on Asylum ৰ জৰিয়তে অসমত আল কায়দাৰ ঘাটি হোৱাৰ লগতে ৰহিঙ্গীয়া অহাৰ বাট মুকলি কৰিছে কংগ্ৰেছে
    বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details