অসম

assam

ETV Bharat / elections

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাৰ ভোটদান

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাই সাধাৰণ ভোটাৰৰ সৈতে থিয় হৈ সাব্যস্ত কৰে ভোটদান ।

By

Published : Apr 11, 2019, 12:14 PM IST

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাৰ ভোটদান

বিহপুৰীয়া, 11 এপ্ৰিল : ৰাজ্যৰ পাঁচটা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে এই ভোটদান প্ৰক্ৰিয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিহপুৰীয়া বিধানসভা সমষ্টিত উপস্থিত হয় বিধায়ক দেৱানন্দ হাজৰিকা ৷ পুৱা ৭ বজাৰ পৰা ভোটাৰৰ শাৰীত থিয় হৈ বিধায়কগৰাকীয়ে বিহপুৰীয়া পৌৰসভা কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সাধাৰণ লোকৰ শাৰীত ঘণ্টা জুৰি থিয় হৈ থাকি ভোট দিয়াৰ সুখেই বেলেগ বুলি মন্তব্য কৰে বিহপুৰীয়াৰ বিধায়কজনে ৷

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাৰ ভোটদান

ABOUT THE AUTHOR

...view details