সমাজ বিভাজন কৰা ,দাবী ধমকি দিয়া নেতা আমাক নালাগেঃ প্ৰমোদ বড়ো - UPPL
"সোতৰ বছৰ হাগ্ৰামা মহিলাৰীয়ে শাসন কৰিলে কিন্তু নিবনুৱা সমস্যা সমাধান নহ'ল, ইয়াত কোনো ইণ্ডাষ্ট্ৰী স্থাপন নহ'ল আৰু এতিয়া নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰি ৰাইজৰ আগত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে ৷ "
সমাজ বিভাজন কৰা ,দাবী ধমকি দিয়া নেতা আমাক নালাগেঃ প্ৰমোদ বড়ো
শুকুৰবাৰে বাক্সা জিলাৰ বৰিমাখাত ৫নং কোকোৰাঝাৰ লোকসভাৰ সমষ্টিৰইউপিপিএল দলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ..
- সমাজ বিভাজন কৰা, দাবী ধমকি দিয়া নেতা আমাক নালাগে ৷ সমাজখনক ভাল নেতৃত্ব দিব পৰা, মৰম চেনেহৰে বান্ধিব পৰা ,নেতৃত্ব দিব পৰা নেতাহে আমাক লাগেঃ প্ৰমোদ বড়ো
- সোতৰ বছৰ হাগ্ৰামা মহিলাৰীয়ে শাসন কৰিলে কিন্তু নিবনুৱা সমস্যা সমাধান নহ'ল, ইয়াত কোনো ইণ্ডাষ্ট্ৰী স্থাপন নহ'ল আৰু এতিয়া নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰি ৰাইজৰ আগত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছেঃ প্ৰমোদ বড়ো
- পৰিৱৰ্তন অনাৰ স্বাৰ্থত ৰাইজে নৱ শৰণীয়াক সাংসদ বনালে, কিন্তু একো কামত নাহিল ৷ সাংসদ হিচাপে ৫ বছৰত ২৫ কোটি টকা ক'ত খৰচ কৰিলে তাৰ কোনো চিনমোকাম নাইঃ প্ৰমোদ বড়ো