অসম

assam

ETV Bharat / elections

চিৰাঙৰ ভোটকেন্দ্ৰত পুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী

বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

By

Published : Apr 23, 2019, 3:00 PM IST

চিৰাঙৰ ভোটকেন্দ্ৰত পুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী

চিৰাং,২৩ এপ্ৰিলঃ ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টিত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । চিৰাঙৰ ভোটকেন্দ্ৰটো পুৱাৰে পৰা ভোটাৰ ৰাইজৰ ভিৰ । চিৰাঙত বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে অব্যাহত আছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

চিৰাঙত বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details