অসম

assam

ETV Bharat / elections

ধিঙত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

মন্ত্ৰী কেশৱ মহন্ত ধিং চহৰত উপস্থিত হৈ মিত্ৰজোটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই

By

Published : Apr 9, 2019, 12:32 PM IST

ধিঙত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

ধিং, 9 এপ্ৰিলঃ মঙলবাৰে 5 বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷ এই প্ৰচাৰ কাৰ্যৰ সময়সীমা চমু চাপি অহাৰ লগে-লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ মঙলবাৰে ধিং সমষ্টিৰ মৈৰাবাৰীত অনুষ্ঠিত হয় বিজেপিৰ চাৰিখনকৈ নিৰ্বাচনী সভা ৷ এই নিৰ্বাচনী সভাত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই ৷ সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহন্ত ৷ মহন্তই মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক ভোট দি জয়যুক্ত কৰাৰ বাবে জনসাধাৰণক আহ্বান জনোৱাৰ লগতে অসম তথা জনসাধাৰণৰ বাবে সদায় কাম কৰি যোৱাৰো আশ্বাস প্ৰদান কৰে ৷

ধিঙত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

ABOUT THE AUTHOR

...view details