বিজেপিত যোগদান কৰা মানেই গংগাত স্নান কৰাঃ আমিনুল ইছলাম - AMINUL ISLAM
এক জনসভাত অংশ লৈ বিজেপি দলক তুলাধুনা এআইইউডিএফৰ নেতা আমিনুল ইছলামৰ৷

এক জনসভাত বিজেপি দলক তুলাধুনা AIUDF ৰ
দক্ষিণ কৰিমগঞ্জ, 14 এপ্ৰিলঃ
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা এআইইউডিএফৰ নেতা আমিনুল ইছলামৰ
- বিজেপিত যোগদান কৰিলেই সকলো পাপ খণ্ডন হয় এক জনসভাত বিজেপি দলক তুলাধুনা AIUDF ৰ
- বিজেপিত যোগদান কৰাৰ পিচতেই হিমন্ত বিশ্ব শৰ্মাৰ সকলো দোষ নোহোৱা হ'ল
- বিজেপিত যোগদান কৰা মানেই গংগাত স্নান কৰাৰ দৰে একে কথা