অসম

assam

ETV Bharat / elections

সংখ্যালঘুক সুৰক্ষা দিব অগপইঃ কুমাৰ দীপক দাস

কংগ্ৰেছক অপসংস্কৃিতৰ বাহক বুলি কৈ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক জাতীয় চেতনা বিৰোধী বুলি অভিযোগ কৰে কুমাৰ দীপক দাসে ৷ দাসৰ সৈতে উপস্থিত থাকে উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধক বিফল বুলি আখ্যা দিয়ে ভূপেন ৰায়ে ৷

By

Published : Apr 17, 2019, 10:25 PM IST

CABৰ বিৰোধিতা আৰু সংখ্যালঘু ৰাইজক সুৰক্ষা দিব অগপই :কুমাৰ দীপক দাসৰ

উত্তৰ অভয়াপুৰী, 17 এপ্ৰিল: বুধবাৰে বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীৰ কীৰ্তনপাৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে নিৰ্বাচনী প্ৰচাৰ চলায় । সভাত ভাষণ দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু সংখ্যালঘু ৰাইজক অগপই সুৰক্ষা দিব বুলি আশ্বাস দিয়ে প্ৰাৰ্থীগৰাকীয়ে ।

CABৰ বিৰোধিতা আৰু সংখ্যালঘু ৰাইজক সুৰক্ষা দিব অগপই :কুমাৰ দীপক দাসৰ

তদুপৰি কংগ্ৰেছক অপসংস্কৃিতৰ বাহক বুলি কৈ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক জাতীয় চেতনা বিৰোধী বুলি অভিযোগ কৰে কুমাৰ দীপক দাসে ৷ দাসৰ সৈতে উপস্থিত থাকে উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধক বিফল বুলি আখ্যা দিয়ে ভূপেন ৰায়ে ৷

ABOUT THE AUTHOR

...view details