অসম

assam

সংবাদকৰ্মীক আক্ৰমণ তেজ প্ৰতাপ যাদৱৰ ব্যক্তিগত সুৰক্ষাকৰ্মীৰ

By

Published : May 19, 2019, 2:49 PM IST

বিহাৰৰ ৰাজধানী পাটনাত সংঘটিত হয় এই ঘটনা ৷ আক্ৰমণৰ ঘটনাক অস্বীকাৰ কৰে তেজ প্ৰতাপ যাদৱে ৷

সংবাদকৰ্মীক আক্ৰমণ তেজ প্ৰতাপ যাদৱৰ ব্যক্তিগত সুৰক্ষাকৰ্মীৰ

নিউজ ডেস্ক, 19 মেঃ দেশৰ সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত চলি আছে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সপ্তম পৰ্যায়ৰ নিৰ্বাচনত পশ্চিমবংগকে ধৰি বিহাৰত সংঘটিত হয় ব্যাপক হিংসা ৷

সংবাদকৰ্মীক আক্ৰমণ তেজ প্ৰতাপ যাদৱৰ ব্যক্তিগত সুৰক্ষাকৰ্মীৰ

বিহাৰৰ পাটনাত এটি ভোটগ্ৰহণ কেন্দ্ৰত সাংবাদিকক আক্ৰমণ কৰে তেজ প্ৰতাপ যাদৱৰ ব্যক্তিগত সুৰক্ষাকৰ্মীয়ে ৷ এগৰাকী ফটো সাংবাদিকৰ ভৰিৰ ওপৰেৰে গাড়ী চলাই নিয়াৰ নিয়াৰ লগতে বেয়াকৈ মাৰপিট কৰে তেজ প্ৰতাপ যাদৱৰ সুৰক্ষাকৰ্মীয়ে ৷ আনহাতে এই সমগ্ৰ ঘটনা অস্বীকাৰ কৰে তেজ প্ৰতাপ যাদৱে ৷

ABOUT THE AUTHOR

...view details