অসম

assam

ETV Bharat / elections

মধ্যপ্ৰদেশত ভোট দিলে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষকে - President Awardee Teacher

ৰাষ্ট্ৰপতিৰ বিশেষ বঁটাৰে সন্মানিত তথা বিশেষভাৱে সক্ষম শিক্ষক সিদ্ধনাথ বৰ্মাই মধ্যপ্ৰদেশত নিজৰ ভোটদান কৰে ৷

মধ্যপ্ৰদেশত ভোট দিলে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষকে

By

Published : May 19, 2019, 1:24 PM IST

নিউজ ডেস্ক, 19 মেঃ দেশৰ সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত শনিবাৰে চলি আছে সপ্তম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ভোটদানক লৈ দেশৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ৷

মধ্যপ্ৰদেশত ভোট দিলে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষকে

মধ্যপ্ৰদেশৰ শাজাপুৰ অঞ্চলত ভোটদান কৰে বিশেষভাৱে সক্ষম তথা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সিদ্ধনাথ বৰ্মাই ৷ শাজাপুৰ অঞ্চলৰ হৰায়াপুৰস্থিত 184 নং ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কৃতী শিক্ষকগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details