অসম

assam

By

Published : Jun 8, 2021, 3:13 PM IST

ETV Bharat / crime

হোজাইৰ জোৰাপুখুৰীত ৩ কিলোগ্ৰাম গাঞ্জাসহ আটক এজন

হোজাই জিলা জোৰাপুখুৰীত ৩ কিলোগ্ৰাম গাঞ্জাসহ আটক এজন ৷ আটকাধীন লোকজনৰ নাম গণেশ কৰ ৷

one-arrested-with-3-kg-ganja-in-hojai-district-jorapukuri
হোজাই জিলা জোৰাপুখুৰীত ৩ কিলোগ্ৰাম গাঞ্জাসহ আটক এজন

হোজাই, 8 জুন : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে সোমবাৰে হোজাই জিলাৰ জোৰাপুখুৰীত ৩ কিলোগ্ৰাম গাঞ্জাসহ এজন লোকক আটক কৰা হৈছে । এক গোপন সূত্ৰৰ পম খেদি জোৰাপুখুৰী বজাৰৰ কাষৰ এটি ঘৰৰ পৰা শংকৰদেৱ নগৰ আৰক্ষীয়ে সোমবাৰে নিশা জব্দ কৰে গাঞ্জাখিনি ।

হোজাই জিলা জোৰাপুখুৰীত ৩ কিলোগ্ৰাম গাঞ্জাসহ আটক এজন

গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গণেশ কৰ নামৰ লোকজনক আটক কৰি অনুসন্ধানৰ বাবে লংকা আৰক্ষী থানালৈ লৈ অনা হয় ।

লগতে পঢ়ক:শিলচৰত বিধায়ক পুঁজিৰ ধনৰে অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান

ABOUT THE AUTHOR

...view details