অসম

assam

By

Published : Mar 3, 2021, 9:01 PM IST

ETV Bharat / crime

গুজৰাটত একেটা পৰিয়ালৰে ছয়জনকৈ সদস্যৰ আত্মহত্যা

গুজৰাট বদোদৰা চামা অঞ্চলৰ একেটা পৰিয়ালৰে ছয়জনকৈ সদস্যই আত্মহত্যাৰ পথ বাছি লয় ।

গুজৰাটত একেটা পৰিয়ালৰে ছয়জনকৈ সদস্যৰ আত্মহত্যা
গুজৰাটত একেটা পৰিয়ালৰে ছয়জনকৈ সদস্যৰ আত্মহত্যা

নিউজ ডেস্ক, ৩ মাৰ্চ: গুজৰাটত সংঘটিত হয় এক শোকাৱহ ঘটনা । একেটা পৰিয়ালৰে ছয়জনকৈ সদস্যৰ আত্মহত্যা । ফলত এগৰাকী কন্যা সন্তানসহ ৩ জনে প্ৰাণ হেৰুৱায় । ইফালে গুৰুতৰ অৱস্থাত আন ৩ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে পৰিয়ালটোৱে কিহৰ বাবে, কিয় এই পথ বাছি ল'লে সেয়া বৰ্তমানেও জানিব পৰা হেৱা নায় ।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । ৰাজ্যখনৰ বদোদৰা চামা অঞ্চলৰ একেটা পৰিয়ালৰে ছয়জনকৈ সদস্যই আত্মহত্যা কৰা ঘটনাত অঞ্চলজুুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ কৰুণ পৰিণতি

ABOUT THE AUTHOR

...view details