নিউজ ডেস্ক, ১ মাৰ্চ:কৰ্ণাটক আৰক্ষীৰ জালত ভুৱা আৰক্ষী কনিষ্টবল । আৰক্ষী বিভাগত জালিয়াতিৰে সংস্থাপন লাভ কৰা দুজন কনিষ্টবলক গ্ৰেপ্তাৰকৰ্ণাটকৰ বেলগাম আৰক্ষীৰ । ৰাজ্যখনৰ কলিগুড্ডি গাঁৱৰ বাসিন্দা লক্ষ্মণ ভেংকনা হোচকোটে (২৭) আৰু গোকাক তালুকৰ ঘাটপ্ৰভাৰ শচীন গুগৰী (২১) বেলগাম আৰক্ষীয়ে গ্ৰেপ্তাৰকৰে ।
আৰক্ষী বিভাগত জালিয়াতিৰে সংস্থাপন লাভ কৰা দুজনক গ্ৰেপ্তাৰ
আৰক্ষী বিভাগত জালিয়াতিৰে সংস্থাপন লাভ কৰা দুজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰ্ণাটকৰ বেলগাম আৰক্ষীৰ । ৰাজ্যখনৰ কলিগুড্ডি গাঁৱৰ বাসিন্দা লক্ষ্মণ ভেংকনা হোচকোটে (২৭) আৰু গোকাক তালুকৰ ঘাটপ্ৰভাৰ শচীন গুগৰী (২১) ক গ্ৰেপ্তাৰ ।
দুজনক গ্ৰেপ্তাৰ বেলগাম আৰক্ষীৰ
শুকুৰবাৰে লক্ষ্মণে কৰ্তব্যত নিয়োজিত হ'বলৈ যোৱাত যেতিয়া শাৰিৰীক অৱয়বৰ পৰীক্ষাৰ মিল নাছিল তেতিয়াই ধৰা পৰিছিল দুই ভুৱা কনিষ্টবল । সহকাৰী প্ৰশাসনিক বিষয়া মনোজ লাডেই প্ৰাথমিক তদন্ত কৰি ভুৱা কনিষ্টবল দুজনক গ্ৰেপ্তাৰকৰে । ঘটনা সন্দৰ্ভতবেলগামৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ।