অসম

assam

ETV Bharat / city

ডুমডুমাৰ ৰূপাইত দুই বাহনৰ মুখামুখি সংঘৰ্ষ

ডুমডুমাৰ ৰূপাইত দুই বাহনৰ মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষৰ ফলত দুই বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে ৷

By

Published : Dec 3, 2020, 12:02 PM IST

হতাহত হোৱা নাই কোনো লোক
ডুমডুমাৰ ৰূপাইত দুই বাহনৰ মুখামুখি সংঘৰ্ষ

ডুমডুমা, 3 ডিচেম্বৰ : ডুমডুমাৰ ৰূপাই চাইডিঙত আজি পুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয় । চাহপুলি কঢ়িয়াই অনা এখন টাটা 407 গাড়ী আৰু এখন ৱেগনাৰ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।

ডুমডুমাৰ ৰূপাইত দুই বাহনৰ মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনাৰ ফলত দুয়োখন গাড়ী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে । সৌভাগ্যক্ৰমে বাহন দুখনত থকা কোনো লোক আহত হোৱা নাই ।

ডুমডুমাৰ ৰূপাইত দুই বাহনৰ মুখামুখি সংঘৰ্ষ

লগতে পঢ়ক :আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে

ABOUT THE AUTHOR

...view details