তিনিচুকীয়া, 26 নৱেম্বৰ: তিনিচুকীয়াত আকৌ নিৰাপত্তাৰক্ষীৰ জালত পৰিল এজন আলফা সদস্য ৷ সোমবাৰে গোপন তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু ৯ নং ৰাজ ৰাইফলছে যুটীয়া অভিযান চলাই জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰে দুৰ্ধৰ্ষ আলফা সদস্য দিম্পল বৰুৱা ওৰফে গুদু অসমক ৷ খবৰ অনুসৰি, কেবাদিন ধৰি টিংকুপানী সংৰক্ষিত বনাঞ্চলত আত্মগোপন কৰি আছিল দুধৰ্ষ আলফা সদস্যজনে ৷ আটকাধীন আলফা সদস্যজনৰ পৰা অভিযানকাৰী দলটোৱে .২২ পিষ্টল সহ চাৰিজাই সজীৱ গুলী জব্দ কৰে ৷
জাগুনত সেনা-আৰক্ষীৰ জালত দুৰ্ধৰ্ষ আলফা সদস্য - Tinsukia ulfa arrested
গোপন খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু ৯ নং ৰাজ ৰাইফলচৰ অভিযান ৷
![জাগুনত সেনা-আৰক্ষীৰ জালত দুৰ্ধৰ্ষ আলফা সদস্য tinsukia-ulfa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5174576-thumbnail-3x2-oid.jpg)
জাগুনত সেনা-আৰক্ষীৰ জালত দুধৰ্ষ আলফা সদস্য