তিনিচুকীয়া,২৫মে': তিনিচুকীয়া জিলাৰ ডিগবৈৰ অন্যতম শিক্ষানুষ্ঠান আৰ.ডি.জুনিয়ৰ কলেজৰ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শনিবাৰে ঘোষণা কৰা ফলাফলত কলা আৰু বাণিজ্য শাখাত অসমৰ ভিতৰতে তিনিটাকৈ স্থান দখল কৰাৰ পাছতে বিদ্যালয় চৌহদত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰ.ডি.জুনিয়ৰ কলেজৰ সাফল্য - ETV BHARAT
ডিগবৈৰ অন্যতম শিক্ষানুষ্ঠান আৰ.ডি.জুনিয়ৰ কলেজৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে কলেজলৈ সুনাম কঢ়িয়াই আনিছে। কলেজখনৰ পৰা কলা শাখাত শ্ৰুতি সোণোৱালে পঞ্চম স্থান আৰু বাণিজ্য শাখাত অংকুৰ বৰুৱাই ষষ্ঠ আৰু মিথলেশ প্ৰসাদ শৰ্মাই নৱম স্থান দখল কৰিছে।
![উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰ.ডি.জুনিয়ৰ কলেজৰ সাফল্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3378174-thumbnail-3x2-rd-2.jpg)
আৰ. ডি. জুনিয়ৰ কলেজ
উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰ. ডি. জুনিয়ৰ কলেজৰ সাফল্য
কলা শাখাত শ্ৰুতি সোণোৱালে পঞ্চম স্থান আৰু বাণিজ্য শাখাত অংকুৰ বৰুৱাই ষষ্ঠ আৰু মিথলেশ প্ৰসাদ শৰ্মাই নৱম স্থান দখল কৰি কলেজ খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । কলেজ খনৰ এই সাফল্যই তিনিচুকীয়া জিলাবাসীলৈও আনন্দ কঢ়িয়াই আনিছে।