অসম

assam

ETV Bharat / city

প্ৰতিবাদ দমনৰ বাবে চিৰাং আৰু তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি - Section 144 crpc imposed at Tinsukia

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হৈ থকা ধাৰাবাহিক আন্দোলনক মষিমুৰ কৰাৰ বাবেই ১৪৪ ধাৰা জাৰি কৰিছে জিলাখনত ।

চিৰাং আৰু তিনিচুকীয়া
১৪৪ ধাৰা জাৰি

By

Published : Dec 9, 2019, 10:02 PM IST

  • চিৰাঙত জাৰি কৰা হ'ল ১৪৪ ধাৰা
  • চিৰাং জিলা দণ্ডাধীশ গৌতম তালুকদাৰে এক নিৰ্দেশনাযোগে জিলাখনত জাৰী কৰে ১৪৪ ধাৰা
  • সম্প্ৰতি ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াতোজাৰি কৰা হয় ১৪৪ ধাৰা
    ১৪৪ ধাৰা জাৰি
  • তিনিচুকীয়া জিলা প্ৰশাসনে জোঁৰ সমদল কাৰ্যসূচীত জাৰি কৰে ১৪৪ ধাৰা
  • কোনো দল-সংগঠনে জিলাখনত বাহিৰ কৰিব নোৱাৰিব জোঁৰ সমদল

ABOUT THE AUTHOR

...view details