অসম

assam

ETV Bharat / city

বনকৰা যুৱতীক যৌন নিৰ্যাতন : বাগিছা পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ! - তিনিচুকীয়া ৰঙাগড়া চাহ বাগিছা

ৰঙাগড়া চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি ৷ বাগিছাখনৰ পৰিচালকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ৷ এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰিচালকগৰাকীৰ বিৰুদ্ধে ।

ৰঙাগড়া চাহ বাগিছাৰ পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

By

Published : Nov 16, 2019, 6:29 PM IST

Updated : Nov 16, 2019, 7:49 PM IST

তিনিচুকীয়া, 16 নৱেম্বৰ: ৰঙাগড়া চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি ৷ বাগিছাখনৰ পৰিচালকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ৷ তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাৰ পৰিচালক অজয় কুমাৰ টমাৰৰ বিৰুদ্ধে বাগিছাখনৰে এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ । বঙলালৈ কৰ্মসূত্ৰে যোৱা মহিলা শ্ৰমিকগৰাকীক গাত হাত দিয়াৰ লগতে পৰিয়ালৰ চাকৰিৰ ভয় ভাবুকি প্ৰদান কৰি অসৎ কাৰ্য সম্পন্ন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰিচালকগৰাকীৰ বিৰুদ্ধে ৷

চাহ বাগিছাৰ পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতেই বাগিছাখনৰ শ্ৰমিকসকলে বাগিছাখনৰ কলঘৰ ঘেৰাও কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি ৷ পিচত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও পলাতক বাগিছাখনৰ পৰিচালক অজয় কুমাৰ টমাৰ ৷

লগতে চাওক- অযোধ্যা ৰায়দানৰ বিৰুদ্ধে পুনৰীক্ষণৰ আৱেদনৰ বাবে সাজু 'অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ড' !

Last Updated : Nov 16, 2019, 7:49 PM IST

ABOUT THE AUTHOR

...view details