তিনিচুকীয়া, 14 নৱেম্বৰ : মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ ব্ৰহ্মাজানত বুঢ়ীদিহিং মণ্ডল বিজেপিৰ সভাপতি ভদেশ্বৰ মৰাণৰ সংবাদমেল । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সমষ্টি উন্নয়ন নোহোৱাৰ যি অভিযোগ উত্থাপন হৈছিল তাৰ উত্তৰ দিবলৈ এই সংবাদমেলৰ আয়োজন কৰা হয় ৷
মাৰ্ঘেৰিটাৰ ব্ৰহ্মাজানত বিজেপিৰ সংবাদমেল - Pressmeet of BJP at Margherita
মাৰ্ঘেৰিটাৰ ব্ৰহ্মাজানত বিজেপিৰ সংবাদমেল ৷ সংবাদমেলত উপস্থিত থাকে বুঢ়ীদিহিং মণ্ডল বিজেপিৰ সভাপতি ভদেশ্বৰ মৰাণ ৷
![মাৰ্ঘেৰিটাৰ ব্ৰহ্মাজানত বিজেপিৰ সংবাদমেল pressmeet-of-bjp-at-margherita](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9546930-909-9546930-1605374868561.jpg)
মাৰ্ঘেৰিটাৰ ব্ৰহ্মাজানত বিজেপিৰ সংবাদমেল
সংবাদমেলত বুঢ়ীদিহিং মণ্ডলৰ বিজেপি সভাপতি ভদেশ্বৰ মৰাণে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ বৰ্তমানৰ বিজেপি চৰকাৰে 4 বছৰতে বহুত কাম কৰিছে । 2021 চনৰ বিধানসভা নিৰ্বাচনত ভাস্কৰ শৰ্মাই প্ৰাৰ্থীত্ব পাব বুলি উল্লেখ কৰে ভদ্ৰেশ্বৰ মৰাণে ৷
লগতে পঢ়ক :ৰঙাপৰাত সমুখ সমৰত হাতী-মানুহ