গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন আলফা নেতা জীতেন দত্ত - Dutta arrested from his house
![গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন আলফা নেতা জীতেন দত্ত প্ৰাক্তন আলফা নেতা জীতেন দত্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5372096-thumbnail-3x2-ji-2.jpg)
জীতেন দত্তক গ্ৰেপ্তাৰ
16:22 December 14
ডিগবৈৰ নিজা বাসগৃহৰ পৰা দত্তক গ্ৰেপ্তাৰ
তিনিচুকীয়া, 14 ডিচেম্বৰ : গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন আলফা নেতা জীতেন দত্ত ৷ ডিগবৈৰ নিজা বাসগৃহৰ পৰা শনিবাৰে জীতেন দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, পুৱতি নিশাৰ পৰা আৰক্ষীৰ নজৰ বন্দী হৈ আছিল প্ৰাক্তন আলফা নেতাগৰাকী ৷
15 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লেখ আৱেদন দাখিল কৰাৰ কথা আছিল প্ৰাক্তন আলফা নেতাগৰাকীয়ে ৷
আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লী উত্তাল কৰিলে অসমীয়াই
Last Updated : Dec 14, 2019, 11:00 PM IST