ডুমডুমা, 26 অক্টোবৰ :বিজয়া দশমী উপলক্ষে আজি ডুমডুমাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে 'অস্ত্ৰ পূজন'ৰ কাৰ্যসূচী গ্ৰহণ কৰে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ ডুমডুমা প্ৰখণ্ডৰ সৌজন্যত ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত 'অস্ত্ৰ পূজণ' কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত কেইবাটাও হিন্দু সংগঠনৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
ডুমডুমাত 'অস্ত্ৰ পূজন' কাৰ্যসূচীৰ আয়োজন - বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দল
ডুমডুমাত 'অস্ত্ৰ পূজন'ৰ কাৰ্যসূচীৰ আয়োজন ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ বিজয়া দশমী উপলক্ষ্যে আয়োজন অস্ত্ৰ পূজনৰ ৷
![ডুমডুমাত 'অস্ত্ৰ পূজন' কাৰ্যসূচীৰ আয়োজন Astra Pujan ceremony at Doomdooma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9316210-thumbnail-3x2-as-1.jpg)
ডুমডুমাত 'অস্ত্ৰ পূজন' কাৰ্যসূচীৰ আয়োজন