অসম

assam

By

Published : Mar 7, 2019, 3:00 PM IST

ETV Bharat / city

তেজপুৰত টেট শিক্ষকৰ প্ৰতিবাদ

ৰাজ্যজুৰি চলা প্ৰতিবাদৰ অংশস্বৰপে তেজপুৰতো টেট শিক্ষকসকলে কেইবাটাও দাবীৰ সমৰ্থনত সাব্যস্ত কৰে প্ৰতিবাদ ৷ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

টেট শিক্ষকৰ প্ৰতিবাদ

শোণিতপুৰ,৭মাৰ্চ: বৃহস্পতিবাৰে সদৌ অসম টেট শিক্ষক সন্থাই ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰপে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেজপুৰতো প্ৰতিবাদ সাব্যস্তকৰে শোণিতপুৰ জিলা টেট শিক্ষক সন্থাই ।

টেট শিক্ষকৰ প্ৰতিবাদ
ইপিনে চি টেট পাচ কৰাসকলৰ বাবেও চাকৰিৰ আবেদন কৰাৰ সুবিধা প্ৰদান কৰা বাবেইবহিঃ ৰাজ্যৰ প্ৰাৰ্থীয়েওনিযুক্তি লাভ কৰাৰ সুবিধা পাব বুলি অভিযোগ কৰিপ্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনায় ।

পাচতজিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

ABOUT THE AUTHOR

...view details