- প্ৰধানমন্ত্ৰীৰ আগমণক লৈ উৎফুল্লিত তেজপুৰৰ বিজেপি
- তেজপুৰত জয়ী হ'বই বিজেপি
- তেজপুৰৰ নেপালী সম্প্ৰদায়ৰ লোকে সহায় কৰিব বিজেপিক
- প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ পৰা এই মন্তব্য বিজেপিৰ জিলা পৰ্যায়ৰ নেতা কিশোৰ উপাধ্যায়ৰ এন পি পিক লৈ চিন্তিত নহয় বিজেপি
তেজপুৰত এন পি পিক লৈ চিন্তিত নহয় বিজেপি - বিজেপি
বিজেপি নেতা কিশোৰ উপাধ্যায়ৰ মন্তব্য ৷ তেজপুৰৰ নেপালী সম্প্ৰদায়ৰ লোকে সহায় কৰিব বিজেপিক ৷ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ পৰা এই মন্তব্য বিজেপিৰ জিলা পৰ্যায়ৰ নেতা কিশোৰ উপাধ্যায়ৰ ৷

এন পি পিক লৈ চিন্তিত নহয় বিজেপি
Last Updated : Mar 30, 2019, 9:59 PM IST