তেজপুৰত মাৰাথান ৰেলী - জেনেৰেল মনোজ পাণ্ডে
স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ্পছৰ উদ্যোগত তেজপুৰৰ পল ফিল্ডৰ পৰা " ইণ্ডইপেনডেন্ট ৰান '" শীর্ষক এক মাৰাথান ৰেলী উলিওৱা হয় ৷ মাৰাথানত অংশগ্ৰহণ প্ৰায় 13শতাধিক লোকৰ ৷
তেজপুৰত মাৰাথান ৰেলী
তেজপুৰ,১১ আগষ্ট :
- দেশৰ ৭3 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন
- স্বাধীনতা দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন
- দেওবাৰে এই স্বাধীনতা দিৱস উপলক্ষে তেজপুৰত " ইণ্ডইপেনডেন্ট ৰান '" শীর্ষক এক মাৰাথান ৰেলী উলিওৱা হয়
- ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ্পছৰ উদ্যোগত আয়োজন কৰা হয় এই মাৰাথান ৰেলীৰ ৷
- য'ত সাধাৰন লোকৰ পৰা আৰম্ভ কৰি সেনা বাহিনী, ছাত্ৰ-ছাত্ৰী পুৰুষ মহিলাসহ প্ৰায় ১৩ শ লোকে অংশ গ্ৰহণ কৰে
- তেওঁ কয় এইধৰণৰ মাৰাথান দৌৰে শিশু আৰু ছাত্ৰ ছাত্ৰীক অধিক প্ৰেৰণা যোগাব
- সেনা বাহিনীৰ ফালৰ পৰাও স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজিৰে পৰা বহু কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷