অসম

assam

By

Published : Aug 15, 2020, 9:35 AM IST

ETV Bharat / city

তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন ৷ স্বাস্থ্য বিভাগে প্ৰদান কৰা বিধি অনুসৰি আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

Flag hoisting by minister Ranjit Dutta at Tezpur
তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

তেজপুৰ, ১৫ আগষ্ট : ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ ৰেচম বয়ন আৰু সংখ্যালঘু উন্নয়ন দপ্তৰ মন্ত্ৰী ৰঞ্জিত দত্তই ৷ স্বাস্থ্য বিভাগে প্ৰদান কৰা সম্পূৰ্ণ বিধি অনুসৰি তেজপুৰ নেহৰু মৈদানত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন
তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details