- তেজপুৰত ভাৰতীয় সেনাৰ এজন জোৱানৰ আত্মহত্যা(Army jawan commits suicide in Tezpur)
- প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰী কৰিছে এই তথ্য
- তেজপুৰ চতুৰ্থ ক’ৰত কৰ্তব্যৰত আছিল জোৱান
- নিজৰ চাৰ্ভিছ পিষ্টলৰে গুলিয়াই আত্মহত্যা কৰাৰ কথা সেনা জোৱানজনে(Army Jawan shoots himself)
- মৃত জোৱানজন পাঞ্জাৱৰ অমৃত সিং
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই জোৱানজনৰ আত্মহত্যাৰ কাৰণ
তেজপুৰৰ চতুৰ্থ ক’ৰত সেনা জোৱানৰ আত্মহত্যা - Army Jawan shoots himself
তেজপুৰৰ চতুৰ্থ ক’ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ চাৰ্ভিছ পিষ্টলৰে গুলিয়াই আত্মহত্যা এজন সেনা জোৱানৰ ৷ মৃত জোৱানজন পাঞ্জাৱৰ অমৃত সিং বুলি জানিব পৰা হৈছে ৷

তেজপুৰৰ চতুৰ্থ ক’ৰত সেনা জোৱানৰ আত্মহত্যা