নিউজ ডেস্ক, 27 মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে পুৱা 7 বজাৰ পৰা ৷ আনহাতে, পুৱা 9 বজা পৰ্যন্ত 10.21 শতাংশই সাব্য়স্ত কৰিছে নিজৰ ভোটাধিকাৰ ৷
বিধানসভা নিৰ্বাচন : পুৱা 9 বজা পৰ্যন্ত 10.21 শতাংশ ভোটদান - বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে পুৱা 7 বজাৰ পৰা ৷ আনহাতে, পুৱা 9 বজা পৰ্যন্ত 10.21 শতাংশই সাব্য়স্ত কৰিছে নিজৰ ভোটাধিকাৰ ৷
পুৱা 9 বজা পৰ্যন্ত 10.21 শতাংশ ভোটদান
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিৰ্ণয় হ'ব 264 গৰাকী প্ৰাৰ্থীৰ ভাগ্য় ৷ ইয়াৰ ভিতৰত 241 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 23 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷ উজনি অসমৰ 12 খন জিলাৰ মুঠ 47 টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ ৷
লগতে পঢ়ক :টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাৰ ভোটাৰধিকাৰ সাব্যস্ত