অসম

assam

ETV Bharat / city

আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেঁটী উদ্ধাৰ - Assam

বহুদিন ধৰি ১ নং ৱাৰ্ডৰ এটা পৰিয়ালৰ পোহনীয়া কুকুৰা পোৱালি ভক্ষন কৰি চলাই আহিছিল সন্ত্ৰাস ।

আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেটী উদ্ধাৰ

By

Published : Jul 21, 2019, 2:44 PM IST

  • শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী সমীৰ দত্তৰ বাসগৃহত উদ্ধাৰ চকৰী ফেটীটো ।
  • আজি পুৱা পাতি থোৱা ফান্দত সোমাই আবদ্ধ হৈ পৰিছিল সাপডাল

ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰে বনবিভাগৰ লোকে

আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেটী উদ্ধাৰ

ABOUT THE AUTHOR

...view details