আমগুৰি, 5 অক্টোবৰ : শিৱসাগৰৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱত হেমাঞ্জলী শইকীয়া (15) নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ৰহস্যজনক অৱস্থাত হাবিৰ মাজৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ ৷
শিৱসাগৰত ৰহস্যজনক অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ
শিৱসাগৰৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱত হেমাঞ্জলী শইকীয়া (15) নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ৰহস্যজনক অৱস্থাত হাবিৰ মাজৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ ৷
ৰহস্যজনক অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ
পৰ্বতীয়া গাঁৱৰ লোকেশ্বৰ শইকীয়া (দুলাল) নামৰ ব্যক্তিজনৰ কন্যা তথা বৰুৱাপুখুৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰীগৰাকী ৷ উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷