শিৱসাগৰ, 21 জুলাই :শিৱসাগৰত আৰম্ভ হৈছে কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৷ শিৱসাগৰ জিলাত নতুনকৈ 59 গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ ডিমৌ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈও আক্ৰান্ত হৈছে কৰ'ণাত ৷
শিৱসাগৰত একে দিনাই 59 গৰাকী কৰ'ণাত আক্ৰান্ত - বৰ্তমান জিলাখনত আক্ৰান্তৰ সংখ্যা 239 গৰাকীলৈ বৃদ্ধি
শিৱসাগৰত একে দিনাই 59 গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ৷ বৰ্তমান জিলাখনত আক্ৰান্তৰ সংখ্যা 239 গৰাকীলৈ বৃদ্ধি ৷

শিৱসাগৰত একে দিনাই 59 গৰাকী কৰ'ণাত আক্ৰান্ত
শিৱসাগৰত একে দিনাই 59 গৰাকী কৰ'ণাত আক্ৰান্ত
আক্ৰান্তৰ অধিক সংখ্যকে আমগুৰি আৰু নাজিৰাৰ বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে জিলাখনত 239 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 97 গৰাকী সুস্থ হৈ উঠিছে । অৱশ্যে 142 গৰাকী বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে ৷