অসম

assam

By

Published : Jun 1, 2019, 2:48 PM IST

ETV Bharat / city

শিলচৰত প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

বিদ্যালয়ৰ লগতে ঘৰৰ বিভিন্ন কাম-কাজত ছাত্ৰ-ছাত্ৰীসক ব্যৱহাৰ কৰাৰ অভিযোগ ৷ বিৰোধিতা কৰিলেই প্ৰধান শিক্ষয়িত্ৰীৰ ভাবুকি ভাবুকিৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰী

প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

শিলচৰ, 1 জুনঃ শিলচৰৰ কাটিগৰা শিক্ষাখণ্ডৰ অৰুণোদয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ছন্দা দাসৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীক ঘৰুৱা কাম-কাজত নিয়োজিত কৰাৰ অভিযোগ ৷ স্কুলৰ লগতে ঘৰৰ বিভিন্ন কাম-কাজত ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰ কৰাৰ অভিযোগ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ ৷

প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

তাৰোপৰি এই কথা বিৰোধিতা কৰিলে প্ৰধানশিক্ষয়িত্ৰী গৰাকীয়ে ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰে অভিভাৱক সকলে ৷ ঘটনা সন্দৰ্ভত বাৰে বাৰে কৰ্তৃপক্ষক জনোৱাৰ পিচতো কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান প্ৰতিবাদৰ পথ বাচি লৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে ৷

ABOUT THE AUTHOR

...view details