অসম

assam

ETV Bharat / city

শিলচৰত পথ দুৰ্ঘটনাত নিহত সাংবাদিক - Silchar Road accident

নিশা এঘাৰ বজাত বাতৰি সংগ্ৰহ কৰি উভতি আহোতে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে সংবাদিক মলিন শৰ্মাক । ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ ।

নিশা এঘাৰ বজাত বাতৰি সংগ্ৰহ কৰি উভতি আহোতে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে সংবাদিক মলিন শৰ্মাক

By

Published : Jul 29, 2019, 9:51 AM IST

  • শিলচৰ চহৰৰ তাৰাপুৰত দেওবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা
  • ঘটনাস্থলীতে নিহত তৰুণ সাংবাদিক মলিন শৰ্মা
  • ফায়াৰ ব্ৰিগেডৰ সন্মুখত দ্ৰুতগতিত অহা এখন ট্ৰাকে স্কুটীসহ মহতিয়াই নিয়ে সংবাদিকজনক
  • নিহত মলিন শৰ্মা বৰাক টিভি নামৰ এটা কেবল চেনেলৰ সাংবাদিক
  • চহৰত ট্ৰাকৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবীত ৰাইজৰ নিশা তিনি বজালৈ পথ অৱৰোধ
  • সাংবাদিকজনৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ
    শিলচৰত পথ দুৰ্ঘটনাত নিহত সাংবাদিক

ABOUT THE AUTHOR

...view details