শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ অসন্তুষ্টি - নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিৰ এন আৰ চিক লৈ অসন্তুষ্টি
আজি প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ শিলচৰৰ পঞ্চাশটা সংগঠনৰ ঐক্য মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিৰ ৷
![শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ অসন্তুষ্টি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4302313-thumbnail-3x2-oiyttfg.jpg)
শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ ক্ষোভ প্ৰকাশ
শিলচৰ, 31 আগষ্ট:
- সদ্য প্ৰকাশিত এন আৰ চিক লৈ শিলচৰৰ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিৰ ক্ষোভ প্ৰকাশ
- সংবাদমেল যোগৰে সংগঠনটোৱে তীব্ৰ সমালোচনা কৰিলে এন আৰ চিক
- এই নাগৰিকপঞ্জী বিসংগতিপূৰ্ণ, ন্যায়সংগত নহয়: সভাপতি তপোধীৰ ভট্টাচাৰ্য শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ ক্ষোভ প্ৰকাশ
- সংগঠনটোৰ অভিযোগ-ভূমিপুত্ৰ সকল বাদ পৰিছে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা
- এন আৰ চিৰ নামত অযথা বহু টকা নষ্ট কৰা হ'ল : তপোধীৰ ভট্টাচাৰ্য