শিলচৰ,26এপ্ৰিল: শিলচৰত নিশা উদণ্ড যুৱকৰ আক্ৰমণ বলি হ'ল এজন যুৱক ৷ শুকুৰবাৰে নিশা কামৰ পৰা ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ হাতত আক্ৰমণৰ বলি হয় আক্তাৰ হুছেইন নামৰ যুৱকজন ৷
শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ - শিলচৰ
দৈনিক কামৰ পৰা ঘৰমুৱা হোৱাৰ সময়ত শিলচৰ বিগ বাজাৰৰ ওচৰত এদল যুৱকে আক্তাৰক ঘেৰাও কৰি আক্ৰমণ চলায় ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷ অৱশ্যে আক্তাৰ হুছেইনে শিলচৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে যদিও যুৱকৰ দলটোৱে কি কাৰণত আক্ৰমণ চলাইছিল সেই সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ৷
![শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3120162-945-3120162-1556346047997.jpg)
শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ
শিলচৰত নিশা যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ
ঘটনা অনুসৰি শুকুৰবাৰে আক্তাৰ হুছেইনে দৈনিক কামৰ পৰা ঘৰমুৱা হোৱাৰ সময়ত শিলচৰ বিগ বাজাৰৰ ওচৰত এদল যুৱকে আক্তাৰক ঘেৰাও কৰি আক্ৰমণ চলায় ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷ অৱশ্যে আক্তাৰ হুছেইনে শিলচৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে যদিও যুৱকৰ দলটোৱে কি কাৰণত আক্ৰমণ চলাইছিল সেই সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ৷