অসম

assam

ETV Bharat / city

কোভিড-19ৰ পৰা আৰোগ্য লাভ আমিনুল হক লস্কৰৰ

কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ৷

By

Published : Aug 7, 2020, 3:19 AM IST

কোভিড-19ৰ পৰা আৰোগ্য লাভ আমিনুল হক লস্কৰৰ
কোভিড-19ৰ পৰা আৰোগ্য লাভ আমিনুল হক লস্কৰৰ

শিলচৰ, 6 আগষ্ট :কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰে আমিনুল হক লস্কৰে ৷ শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ৷ বিগত 28 জুলাইত কোভিড-19ত আক্ৰান্ত হৈছিল লস্কৰ ৷ অৱশেষত কোভিড-19ৰ চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰে লস্কৰে ৷ লস্কৰৰ চিকিৎসাত প্লাজমা থেৰাপি ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ ফলতেই আৰোগ্য লাভ কৰে তেওঁ ৷ অৱশেষত বৃহস্পতিবাৰে আৰোগ্য লাভ কৰে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষগৰাকীয়ে ৷ ইতিমধ্যে তেওঁক নিজা ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু তাতেই তেওঁ কোৱাৰেন্টাইন হৈ থাকিব বুলি জানিব পৰা গৈছে ৷

কোভিড-19ৰ পৰা আৰোগ্য লাভ আমিনুল হক লস্কৰৰ

ABOUT THE AUTHOR

...view details