শিলচৰ,1 অক্টোবৰ:নিজৰ পৰিয়াল সহিতে আত্মহত্যাৰ ভাবুকি দিলে অস্থায়ী পি এইচ ই কৰ্মচাৰীয়ে ৷ 63 মাহে দৰমহা নাপালে এই কৰ্মচাৰীসকলে ৷ দীৰ্ঘদিন ধৰি আন্দোলনৰ পিছতো চৰকাৰে নজৰ দিয়া নাই তেওঁলোকৰ সমস্যাক । দুৰ্গাপূজাৰ সময়ত তেওঁলোক নিজৰ কাম নকৰি খোৱা পানীৰ যোগান বন্ধ ৰাখিব বুলিও ভাবুকি প্ৰদান কৰিছে ।
শিলচৰত অস্থায়ী পি এইচ ই কৰ্মচাৰীৰ আত্মহত্যাৰ ভাবুকি
শিলচৰত পি এইচ ই অস্থায়ী শ্রমিক কৰ্মচাৰী পৰিষদৰ বৰাক উপত্যকা মণ্ডলৰ বাৰ্ষিক অধিবেশন ৷ দৰমহা বঞ্চিত কৰ্মচাৰীয়ে দিলে আত্মহত্যাৰ ভাবুকি ৷
শিলচৰত অস্থায়ী পি এইচ ই কৰ্মচাৰীৰ আত্মহত্যাৰ ভাবুকি
মঙলবাৰে শিলচৰত পি এইচ ই অস্থায়ী শ্রমিক কৰ্মচাৰী পৰিষদৰ বৰাক উপত্যকা মণ্ডলৰ বাৰ্ষিক অধিবেশনত এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে কৰ্মচাৰী সকলে ।
TAGGED:
phe worker threatens suicide