অসম

assam

ETV Bharat / city

শিলচৰৰ সোনাবাড়িঘাটত সন্দেহজনক ব্যক্তিৰ মৃতদেহ উদ্ধাৰ - সোনাবাড়িঘাটত এজন সন্দেহজনক ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

সোনাবাড়িঘাটৰ নৈত উদ্ধাৰ এজন সন্দেহজনক ব্যক্তিৰ মৃতদেহ ৷ শুকুৰবাৰে এজন পুলিচ কৰ্মীৰ ৰহস্যজনক হত্যাকাণ্ডৰ ভিত্তিত আৰক্ষীৰ অভিযানৰ চলাৰ পিছতে সন্দেহজনক ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ ৷

one-deathbody-found-at-sonabarighat-silchar
সোনাবাড়িঘাটত এজন সন্দেহজনক ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

By

Published : Mar 28, 2020, 8:40 PM IST

শিলচৰ,28 মাৰ্চঃ কাছাৰ জিলাৰ সোনাবাড়িঘাটত শুকুৰবাৰে এজন পুলিচ কৰ্মীৰ ৰহস্যজনক হত্যাকাণ্ডৰ পিছত তাত আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পিছত এজন ব্যক্তিয়ে প্ৰাণৰ ভয়ত বৰাক নদীত জঁপিয়াই দিয়ে। পিছত সন্ধানহীন থকা এই ব্যক্তিজনক কেইবা ঘন্টা অনুসন্ধান কৰি সোনাবাড়িঘাটৰ নৈৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে,মৃত ব্যক্তিজনৰ নাম মইনুদ্দিন বড়ভূঞা। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷

সোনাবাড়িঘাটত এজন সন্দেহজনক ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details